Change Language : English | Assamese

 
 

ৱেবচাইটোৰ দাতাৰ দুৱাষাৰ

মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা প্রতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰটিক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰাৰ মানসেৰে এটা ৱেবচাইট বনোৱাৰ কথা সাংবাদিক ইমদাদ আলিয়ে মোক জনোৱাত মই উক্ত নামঘৰ ভাগিৰ ৱেবচাইটটোৰ বাবে হ'ব লগা খৰচ বহন কৰিববলৈ পাই নথৈ সুখ ও আনন্দ প্রকাশ কৰিছো। বৰ্তমান যুগত বৰনামঘৰ পৰিচালনা সমিতিয়ে এনে কাম কৰাত সহযোগিতা আগবঢ়াই বৰ্তমান আৰু ভবিষ্যত প্রজন্মক বৰনামঘৰৰ তথ্য জনাত সহায় কৰাৰ বাবে এই সুযোগতে পৰিচালনা সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিলো।এই পবিত্র কামভাগে মোক আৰু অধিক শক্তি প্রদান কৰি ভবিষ্যতেও বৰনামঘৰৰ যিকোনো উন্নতিৰ বাবে মই ভক্তপ্রাণ ৰাইজৰ লগত মই সদায় থাকিম।


পৰাগ মহন্ত ও পৰিয়ালবৰ্গ
কাংসপাৰ সত্র, ৰজাবাৰী

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti