Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 

 

ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা বিভিন্ন উৎসৱ-পাৰ্বন


১। ভাদমহীয়া মাহজোৰা পালনাম(আগষ্ঠ-চেপ্টম্বৰ মাহ)


২| শ্রী শ্রীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী, আহিন মাহ(চেপ্তম্বৰ-অক্টোবৰ)


৩| শ্রী শ্রী মাধৱদেৱৰ জন্ম জয়ন্তী,জেঠ মাহ (মে-জুন)


৪| ভাওনা উৎসৱ, চ'ত মাহ (মাৰ্চ-এপ্রিল)


৫| ৰাস মহোৎসৱ

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti