Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 
শুভেচ্ছা
যোৰহাট জিলাধিপতিৰ শুভেচ্ছা
আৰক্ষী অধীক্ষক, যোৰহাটৰ শুভেচ্ছা
অন্যান্য ব্যক্তিসকলৰ শুভেচ্ছা

মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ স্হাপিত ঢেকীয়াখোৱা বৰনামঘৰৰৰ এটা ৱেবচাইট হোৱা বুলিজানি বৰ আনন্দিত হৈছো। এই ৱেবচাইটোৰ যোগেদি পৃথিৱীৰ সকলো প্রান্তৰ ৰাইজ উপকৃত হোৱাৰ লগতে মহাপুৰুষজনাৰ জ্ঞানবাণী সকলোৰে মাজত বিয়পি পৰিব। ৱেবচাইটো বছৰ দিন বছৰ দিন  চলি থাকি ভক্তসকলক উপকৃত কৰি থাকিব বুলি আশা ৰাখিলো।


শ্রী দিবাকৰ গোস্বামী
পুনিয়া সত্র্র্র, ঢেকীয়াখোৱা


   

মহাপুৰুষ শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা প্রতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰটি অসমৰ আধ্যাত্মিক সাধনাৰ অন্যতম ক্ষেত্র।এই নামঘৰটি বিশ্ববাসীৰ লগত পৰিচয় কৰাই দিবৰ বাবে চলোৱা প্রচেষ্টাক আন্তৰিক ওলগ জনাইছোঁ। এই নামঘৰটি অতি সোণকালে বিশ্ব আধ্যাত্মিকক্ষেত্রলৈ উন্নীত হওক- ইয়াকে কামনা কৰিলোঁ। এই ক্ষেত্রত কাকজান মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র মঃ ইমদাদ আলিয়ে উদ্যোগ লোৱাত তেওঁক ধন্যবাদ জনাইছোঁ আৰু তেওঁৰ উজ্বল ভবিষ্যৎ কামনা কৰিলোঁ।


ডঃ ৰূপৰেখা বৰদলৈ
অধ্যক্ষ, কাকজান মহাবিদ্যালয়
১১।৯।২০১৪


   
অসমৰ অতি জাগৃত নামঘৰ মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্রতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰক বিশ্ববাসীক পৰিচিত কৰিবৰ কাৰণে যি প্রচেষ্টা গ্রহণ কৰিছে সেই প্রচেষ্টাক অতি আন্তৰিকতাৰে আদৰণী জনাইছোঁ।


ডঃযজ্ঞেশ্বৰ বৰা
অধ্যক্ষ, চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়, টীয়ক
১১।৯।২০১৪


   

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti