Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 
ঢেকীয়াখোৱা বৰননামঘৰলৈ স্বাগতম, আপোনাৰ আগমনৰ বাবে ধন্যবাদ৷

মহাপুৰুষৰ শ্রী শ্রী মাধৱদেৱৰ দ্বাৰা প্ৰায় ৪৮৬বছৰ আগতে প্ৰতিষ্ঠিত মহান পৱিত্ৰ ধর্মীয় অনুষ্ঠানটি ক্ৰমাৎ বিকশিত হৈ দূৰ-দূৰণিৰ ধর্মপ্ৰাণ ৰাইজৰ অধিক সমাগমত মুখৰিত হৈ পৰিছে আৰু উজনি অসমৰ এক পৰম শ্ৰদ্ধাৰ ধর্মক্ষেতত্ৰত পৰিণত হৈছে৷ আধুনিক যুগৰ কর্মব্যস্ত অথচ ধর্মৰ প্ৰতি শ্ৰদ্ধান্বিতলোকে খন্তেকৰ বাবে হ'লেও এই পৱিত্ৰ স্থানলৈ আহি মনক পৱিত্ৰ আৰু সৱল কৰি তুলি সংঘাতময় আৰু ব্যস্তময় জীৱনত অলপ সুখ-শান্তি পাবলৈ আশা কৰিছে৷ মহাপুৰুষৰ কৰুণাত তেৰাৰসকলৰ মন পৱিত্ৰ হৈ সুখে-সন্তোষে ভৰপুৰ হওক- এয়ে আমাৰ কামনা৷ বৰনামঘৰৰ ৱেবচাইটোৰ যোগেদি গুৰুজনাৰ অভয় বাণী বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ মানস কৰা হৈছে। সমূহ ভক্তপ্রাণ ৰাইজৰ দিহা-পৰামৰ্শ আশা কৰিলো।

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti