Change Language : English | Assamese
 প্রথম পৃষ্ঠা    ||   ঢেকীয়াখোৱা বৰনামঘৰ    ||   বুৰঞ্জী  ||   কেনেকৈ যাব পাৰি   ||   দৰ্শনৰ উৎকৃষ্ট সময়   ||   উৎসৱ-পাৰ্বন    ||   যোগাযোগ

 
 
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ১৫২৮ খ
 
ঢেকীয়াখোৱা বৰনামঘৰৰ অভিলেখ
 

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে ১৫২৮ খ্ৰীষ্টাব্দত এগছি বন্তি প্ৰজ্জ্বলিত কৰি ৰাইজক বন্তি গছি তেল শলাকানি দি প্ৰতিপালন কৰি অনন্তকাললৈ জ্বলাই ৰাখিবলৈ কৈ গৈছিল৷ গুৰুৰ সেই দায়িত্বপূর্ণ আদেশকে সৰোগত কৰি ঢেকীয়াখোৱা গাঁৱৰ ভক্তপ্ৰাণ ৰাইজে ভকত বৈষ্ণৱৰ সহযোগত বন্তি গছিক একেৰাহে যোৱা ৪৮৬ বছৰে প্ৰজ্বলিত কৰি ৰাখিছে৷

    

উল্লেখ্যযোগ্য যে ইতিমধ্যে ২০১২ চনত ‘ইণ্ডিয়া বুক অৱ ৰেকর্ড’ নামৰ অভিলেখ লিপিৱদ্ধ কৰা গ্ৰন্থত এই বন্তিয়ে স্থান পাবলৈ সক্ষম হৈছে৷ ভাৰতবর্ষৰ অতিহাসত দীর্ঘদিন ধৰি একেৰাহে জ্বলি থকা বন্তি হিচাপে লিপিৱদ্ধ হৈছে৷ ইয়াৰোপৰি ‘এচিয়া বুক অৱ ৰেকর্ড’তো এই বন্তিয়ে স্থান পাবলৈ সক্ষম হৈছে৷
      ঢেকীয়াখোৱ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজৰ বিৰল ভক্তিয়েহে এই বন্তিগছিক এনেদৰে অক্ষয় বন্তিলৈ ৰূপান্তৰিত কৰাতো সম্ভৱপৰ কৰি তুলিছে আৰু বৰনামঘৰটিক মহিমামণ্ডিত কৰি তুলিছে৷
 

Related news from
 

  • ভাওনা প্রদৰ্শন-১৭ চেপ্তেম্বৰ, ২০১৪
  • অহা ১,২,৩ অক্টোবৰত শ্রী শ্রী শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী উদযাপন কৰা হ'ব।


বৰনামঘৰ সৰ্ম্পকে প্রবন্ধ


The site is donated by Mr. Parag Mahanta maintained by Dhekiakhow Barnamghar Management Committee

Concept, Designed & developed by

© 2014-15  Dhekiakhowa Barnamghar Parisalona Samiti